Please subscribe &s hare. EDUCATION TURNING POINT.
প্ৰশ্ন ১। বানান পৰীক্ষা কৰিবলৈ কম্পিউটাৰত নিম্নলিখিত কোনটো ব্যৱহাৰ কৰা হয় ? ক ) অভিধান ডিস্ক খ ) ইণ্ডেক্স ডিস্ গ ) ডাইৰেকটৰি ডিস্ক ঘ ) এইবোৰৰ কোনোটোৱেই নহয় প্ৰশ্ন ২। কম্পিউটাৰ প্ৰগ্ৰাম লিখা আৰু পৰীক্ষা কৰা ব্যক্তিজনক কি বুলি কোৱা হয় ? ক ) প্ৰগ্ৰামাৰ খ ) কম্পিউটাৰ বিজ্ঞানী গ ) ছফ্টৱেৰ অভিযন্তা ঘ ) প্ৰকল্প বিকাশক প্ৰশ্ন ৩। ডি এন এছ ( DNS) ৰ সম্পূৰ্ণ ৰূপ কি ? ক ) Digital Network System খ ) Domain Network System গ ) Digital Name Systmem ঘ ) Domain Name System.
প্ৰশ্ন ৪। পৃথিৱীৰ আটাইতকৈ শক্তিশালী কম্পিউটাৰটোৰ নাম কি? ক) চুপাৰ মাইক্ৰ’ খ) চুপাৰ কণ্ডাক্টৰ গ) মাইক্ৰ’ কম্পিউটাৰ ঘ) চুপাৰ কম্পিউটাৰ.
৭। প্ৰিণ্টাৰ কেনে ধৰণৰ ডিভাইচ? ক) ইনপুট খ) ৱৰ্ড প্ৰচেছিং গ) প্ৰচেছিং ঘ) আউটপুট.
১০। ওপৰোক্ত কোনটো আজি নেটৱৰ্কে ব্যৱহাৰ কৰা আটাইতকৈ সচৰাচৰ চেনেল? ক) ইণ্টাৰনেট খ) টেলিফোন লাইন গ) উপগ্ৰহ ঘ) মেইল.